NIOS Class 10th Assamese (228) Solved Assignment PDF (TMA) 2023-24 | Nios Assamese TMA 2023-24

Assamese (228)

Tutor Marked Assignment

20% Marks Of Theory

NIOS Class 10th Assamese (228) Solved Assignment (TMA) 2023-24 | Nios Assamese TMA 2023-24

PDF is Paid

টোকা:- পিডিএফ পৰিশোধ কৰিব লাগিব। যদি আপুনি এচাইনমেণ্টৰ Solved PDF আৰু Handwritten Scanned Assignment পাব বিচাৰে তেন্তে WhatsApp বুটামত ক্লিক কৰক।

১. তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ প্ৰায় ৪০-৬০ টা শব্দত দিয়ক।

ক) কেতেকী চৰাইজনী মাটিত ঢলি পৰাৰ প্ৰকৃতিয়ে কেনেদৰে সমবেদনা জ্ঞাপন কৰিছিল।

খ) নিউয়ৰ্কৰ যাদুঘৰত থকা ভাৰতীয় বুদ্ধ মূৰ্ত্তিখনিৰ মন কৰিবলগীয়া বিষয় কি কি ??

উত্তৰ: PDF ৰ বাবে WhatsApp Button ত ক্লিক কৰক (PDF is Paid)

২. তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ প্ৰায় ৪০-৬০ টা শব্দত দিয়ক।

ক) শৰৎ কালত বণিক, মুনি আৰু ৰজাসকলে কি কৰে?

খ) কর্মীলোকৰ দৃষ্টিত সময়ৰ সুৰুঙাবোৰ কেনে?

উত্তৰ: PDF ৰ বাবে WhatsApp Button ত ক্লিক কৰক (PDF is Paid)

৩. তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ প্ৰায় ৪০-৬০ টা শব্দত দিয়ক।

ক) কম্পিউটাৰৰ সহায়ত কি কি কাম কৰিব পাৰি?

খ) ভূঞা কিয় আদালতৰ ওচৰ চাপিব লগীয়া হৈছিল?

উত্তৰ: PDF ৰ বাবে WhatsApp Button ত ক্লিক কৰক (PDF is Paid)

৪. তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ প্ৰায় ১০০-১৫০ টা শব্দত দিয়ক।

ক) তুলাৰামে গোবিন্দ চন্দ্ৰৰ বিৰুদ্ধে গৈ কেনেদৰে কাছাৰৰ অঞ্চল এটাত স্বতন্ত্ৰ অধিকাৰী হব পাৰিলে তাৰ এটা বিৱৰণ দিয়ক।

খ) মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা পত্ৰৰ অন্তৰ্গত প্ৰথম ভাগৰ অধিকাৰ সমূহৰ এখনি তালিকা প্ৰস্তুত কৰক।

উত্তৰ: PDF ৰ বাবে WhatsApp Button ত ক্লিক কৰক (PDF is Paid)

৫. তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ প্ৰায় ১০০-১৫০ টা শব্দত দিয়ক।

ক) প্রসংগ সংগতি দৰ্শাই বাখ্যা কৰা।
"সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰাটো মিছা"

খ) কৃষক সমাজ ক্ষতিগ্ৰস্ত হ'লে সমগ্ৰ দেশবাসীৰ অৱস্থা কেনে হয় তাৰ এটি বর্ণনা দিয়া।

উত্তৰ: PDF ৰ বাবে WhatsApp Button ত ক্লিক কৰক (PDF is Paid)

৬. তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ প্ৰায় ৩০০-৩৫০ টা শব্দত দিয়ক।

ক) ভাৰতৰ স্বাধীনতা আন্দোলনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভূমিকা সম্বন্ধে এটি আলোচনা যুগুত কৰা।

খ) বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ কথা বৰ্ণাই বাতৰি কাকতৰ সম্পাদকৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষলৈ এখনি চিঠি প্ৰস্তুত কৰা।

উত্তৰ: PDF ৰ বাবে WhatsApp Button ত ক্লিক কৰক (PDF is Paid)

Leave a Reply

Your email address will not be published. Required fields are marked *